বিত্তীয়বিত্তৱান

বিত্তীয় বৰ্ষ (Assamese) [ Roman: bit.ti.yo bor.xo]
Contributed by: Mousumi Konwar on 2022-12-25
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
1. Business-Commerce-Economics(Abstract Noun) the specific time allotted for the annual economic accounts of the state (in India it started from 1 April to 31 March of the following year) ৰাষ্ট্ৰৰ বাৰ্ষিক অৰ্থনৈতিক হিচাপ-পত্ৰৰ বাবে নিৰ্ধাৰণ কৰা .নিৰ্দিষ্ট সময়ছোৱা (ভাৰতত প্ৰতি ১ এপ্ৰিলৰ পৰা পৰৱৰ্তি বছৰৰ ৩১ মাৰ্চলৈ)